Class 9 Social Science Part 1 Chapter 5 | MCQs Short Question Answer | অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি |

Chapter 5

অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি

১। কিমান চনত ৰবাৰ্টচনৰ ঠাইত গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে মেজৰ জেনকিন্স নিযুক্ত হৈছিল?

(ক) ১৮৩০ চনত

(খ) ১৮৩৩ চনত

(গ) ১৮৫৬ চনত

(ঘ) ১৮৩৪ চনত

(ঙ) ১৮৪০ চনত

উত্তৰঃ (ঘ) ১৮৩৪ চনত

২। কাছাৰ জিলাৰ সদৰ ঠাই কি?

(ক) ধেমাজি

(খ) শিৱসাগৰ

(গ) নাজিৰা

(ঘ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (ঘ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

৩। ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য় দখল কৰা ব্য়ক্তিজনৰ নাম কি?

(ক) গোমধৰ কোঁৱৰ

(খ) কেপ্টেইন লিষ্টা

(গ) ডেভিদ স্কট

(ঘ) ৰবাৰ্টচন

উত্তৰঃ (খ) কেপ্টেইন লিষ্টা

৪। মেজৰ জেনকিন্সে অসম সম্বন্ধে এলানি প্ৰবন্ধ লিখা আলোচনী খনৰ নাম কি?

(ক) ৰেপিডেক এংলিশ স্পিকিং কোৰ্চ

(খ) এছিয়াটিক ছ’চাইটি অৱ বেঙ্গল

(গ) বিবেক জাগৃতি আচামিজ

(ঘ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) এছিয়াটিক ছ’চাইটি অৱ বেঙ্গল

৫। ডেভিদ স্কটৰ মৃত্য়ু কিমান খ্ৰীষ্টাব্দত হৈছিল?

(ক) ১৮২৮ চনত

(খ) ১৮৩০ চনত

(গ) ১৮৩১ চনত

(ঘ) ১৮৩৫ চনত

উত্তৰঃ (গ) ১৮৩১ চনত

৬। মণিপুৰৰ ৰজা জয়সিংহৰ পুত্ৰ কিমানজন?

(ক) দুজন

(খ) চাৰিজন

(গ) পাঁচজন

(ঘ) ছয়জন

উত্তৰঃ (গ) পাঁচজন

৭। য়াণ্ডাবু সন্ধিৰ ২য় অনুচ্ছেদ কোনখন ৰাজ্য়ৰ লগত সম্পৰ্কীয় আছিল?

(ক) অসম

(খ) বিহাৰ

(গ) ৰাজস্থান

(ঘ) ওপৰত উল্লেখ কৰা এখন ৰাজ্য়ও শুদ্ধ নহয়

উত্তৰঃ (ক) অসম

৮। কোনে অসমক দুটা খণ্ডত ভাগ কৰিছিল?

(ক) ব্ৰিটিছে

(খ) ইন্দো গ্ৰীক সকলে

(গ) কছাৰী সকলে

(ঘ) পাহাৰীয়া সকলে

উত্তৰঃ (ক) ব্ৰিটিছে

৯। কিহৰ বাবে অসমক দুটা খণ্ডত ভাগ কৰা হৈছিল?

(ক) জাতি-জনজাতি ভেদাভেদৰ বাবে

(খ) বেপাৰ বাণিজ্য় সুবিধাৰ বাবে

(গ) প্ৰশাসনিক সুবিধাৰ বাবে

(ঘ) এটাও শুদ্ধ নহয়

উত্তৰঃ (গ) প্ৰশাসনিক সুবিধাৰ বাবে

১০। অসমৰ শেষ আহোম ৰজাজনৰ নাম কি আছিল?

(ক) চন্দ্ৰকান্ত সিংহ

(খ) কমলেশ্বৰ সিংহ

(গ) পুৰন্দৰ সিংহ

(ঘ) ৰাজেন্দ্ৰ সিংহ

উত্তৰঃ (গ) পুৰন্দৰ সিংহ

১১) অসমক যি দুটা খণ্ডত ভাগ কৰা হৈছিল তাৰ নাম কি?

(ক) উজনি অসম আৰু নামনি অসম

(খ) মধ্য অসম আৰু উপৰি অসম

(গ) পুৰণি অসম আৰু আধুনিক অসম

উত্তৰঃ (ক) উজনি অসম আৰু নামনি অসম

১২) ৰাজহ সংগ্ৰহৰ দায়িত্ব কোনজন ইংৰাজ বিষয়াক দিয়া হৈছিল?

(ক) লৰ্জ উইলিয়াম

(খ) জনাৰ্দন বৰবৰুৱা

(গ) লম্বোদৰ বৰফুকন

উত্তৰঃ (খ) জনাৰ্দন বৰবৰুৱা

১৩) নগাওঁ আৰু ৰহাৰ খাজনা সংগ্ৰহৰ দায়িত্ব কাক দিয়া হৈছিল?

(ক) আৰাধন ৰায় আৰু লতা পানীফুকন

(খ) জনাৰ্দন বৰবৰুৱা

(গ) লম্বোদৰ বৰফুকন

উত্তৰঃ (ক) আৰাধন ৰায় আৰু লতা পানীফুকন

১৪) লোকসকলে দিয়া কৰক কামৰূপত কি বুলি জনা যায়?

(ক) পাইক কৰ

(খ) জুহাল কৰ

(গ) লোক কৰ

উত্তৰঃ (ক) পাইক কৰ

১৫) সোকলকলে দিয়া কৰক দৰঙত কি কৰ বোলে?

(ক) পাইক কৰ

(খ) জুহাল কৰ

(গ) চৰু কৰ

উত্তৰঃ (খ) জুহাল কৰ

১৬) উজনি অসমত দেৱানীৰ ভাৰ কাক দিয়া হৈছিল?

(ক) লম্বোদৰ বৰফুকন

(খ) জনাৰ্দন বৰবৰুৱা

(গ) লতা পানীফুকন

উত্তৰঃ (ক) লম্বোদৰ বৰফুকন

১৭) ডেভিট স্কটৰ মৃত্যু কিমান চনত হৈছিল?

(ক) ১৮৩১ চনত

(খ) ১৯৩১ চনত

(গ) ১৭৩১ চনত

উত্তৰঃ (ক) ১৮৩১ চনত

১৮) আমোলা নিযুক্তিৰ বিৰোধিতা কোনে কৰিছিল?

(ক) জনাৰ্দন বৰবৰুৱা

(খ) লতাপানী ফুকন

(গ) জেনকিন্সে

উত্তৰঃ (গ) জেনকিন্সে

১৯) কাছাৰৰ সদৰ ঠাই কি?

(ক) শ্বিলং

(খ) শিলচৰ

(গ) শিলঘাট

উত্তৰঃ (খ) শিলচৰ

২০) ব্ৰিটিছ বিৰোধী বিদ্ৰোহ কিমান চনত হৈছিল?

(ক) ১৮২৮ চনত

(খ) ১৭২৮ চনত

(গ) ১৬২৮ চনত

উত্তৰঃ (ক) ১৮২৮ চনত