১। প্ৰাগজ্যেতিষপুৰৰ অৰ্থ কি।

উওৰ = প্ৰাগজ্যেতিষপুৰৰ অৰ্থ হল প্ৰাচ্যৰ জ্যেতিষীৰ নগৰ বা প্ৰাচ্যৰ জ্যেতিষবিজ্ঞান নগৰ।

২। নৱগ্ৰহৰ মন্দিৰ আটাতকৈ গুৰত্বপূৰ্ণ কিয়।

উওৰ = নগৰৰ ঠিক পূবত চিএাচল পাহাৰত নটা গ্ৰহৰ বা নৱগ্ৰহৰ এটাৰ মন্দিৰ আছে।

৩। প্ৰাগজ্যেতিষপুৰৰ কেন্দ্ৰস্হল কি আছিল।

উওৰ = প্ৰাগজ্যেতিষপুৰৰ প্ৰাচীন ভাৰতৰ জ্যেতিৰ্ষবিজ্ঞান বা জ্যেতিষ শাস্তৰ অধ্যয়নৰ কেন্দ্ৰস্হল আছিল।

৪। হটপেশ্বৰ কাক বোলা হয়।

উওৰ = ভাৰ্স্কয বৰ্মনৰ মৃত্যুৰ পিছত কামৰপৰ ৰাজধানী আধুনিক তেজপুৰলৈ স্হান্তাৰল কৰা হৈছিল আৰ তেতিয়া ইয়াক হৰপেশ্বৰ বা হটপেশ্বৰ বোলা হৈছিল।

৫। অসম কি ।

উওৰ = অসম হল ক্ষুদ্ৰ ভাৰত কিয়নো অতীত কালৰে পৰা সকলো ফালৰ পৰা মানৱ জাতিৰ সোঁত বা ইয়ালৈ প্ৰব্ৰজন হৈছিল।

৬। অসমত সংস্কৃতিৰ লগত কি জাতি বা গোষ্ঠী মিল থকা দেখা গৈছিল।

উওৰ = অসমত সংস্কৃতি লগত নেগ্ৰিটো, অষ্ট্ৰো-এচিয়াটিক, দ্ৰাবিড় মঈোল আৰ আয গোষ্ঠী মিল থকা দেখা যায় ।

৭। অসম কোন সকলৰলোকে প্ৰৱেশ কৰিছে।

উওৰ = অসম মঈোলবিলাকে, ইন্দো-চীনসকলে, তিব্ববৰ্মীসকলে প্ৰৱেশ কৰিছে।

৮। এচ.কে .চেটাৰ্জীয়ে মতে মন্তব্য কি আছিল।

উওৰ = এচ.কে.চেটাৰ্জীয়ে মতে মন্তব্য হল প্ৰাচ্যৰ পৰা হোৱা জনজাতিবোৰ অসমত মিলি গৈছিল আৰ মংগোলভাবী তিব্বত- চীনৰ লোকসকলৰ ভাৰতলৈ হোৱা আগমণো অসমৰ মাজেৰে হৈছিল আৰ অসমত প্ৰধানকৈ বিভিন্ন উপাদান বা গোটসমূহৰ একএীকৰণৰ দ্বাৰা ভাৰতীয় মানুহৰ গঠন প্ৰক্ৰিয়া ইয়াকে আৰম্ভ হৈছিল অথা বিশেষকৈ ব্ৰক্ষপুএ উপত্যকাত বিভিন্ন শ্ৰেণীৰ লোক ভাৰতীয়সকৰণ হৈছিল।

৯। দুটা মিল থকা জাতি নাম লিখা ।

উওৰ = দুটা মিল থকা জাতি নাম হল অষ্ট্ৰিক আৰ মঈোলীয় আৰ অষ্ট্ৰিক, আৰ দ্ৰাবিড় আৰ মঈোল।

১০। ইন্দো-চীন কিমান খৃঃপূঃ ভাৰতৰ আহিছিল।

উওৰ = ইন্দো- টীন ২০০০ৰ পৰা ভাৰতলৈ আহিছিল।

১১। দ্ৰাবিড়সকলৰ আৰ তিব্বতবমীসকলৰ পিছত কোন আহিছিল।

উওৰ = দ্ৰাবিড়সকলৰ আৰ তিব্বতবমীসকলৰ পিছত আৰ্যসকলৰ আহিছিল।