BA 2nd Semester Assamese অসমীয়া ভাষা KKHSOU | Assamese অসমীয়া ভাষা Chapter 9 মধ্য়যুগৰ অসমীয়া ভাষা Question & Answer |

মধ্য়যুগৰ অসমীয়া ভাষা

অধ্য়ায়-৯

বস্তুধৰ্মী প্ৰশ্ন 

প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক-

(ক) চৰিত সাহিত্য মানে কি?

উত্তৰঃ

(খ) বুৰঞ্জী পুথিসমূহ কেতিয়াৰ পৰা ৰচনা কৰাৰ প্ৰমাণ পোৱা যায়?

উত্তৰঃ

চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : চৰিত সাহিত্যৰ ভাষাগত বৈশিষ্ট্যসমূহ আলোচনা কৰক ৷

উত্তৰঃ

প্রশ্ন ২ : ‘বুৰঞ্জীৰ ভাষা এক সমন্বয়ৰ ভাষা’— কথাষাৰ আলোচনা কৰক ।

উত্তৰঃ

প্রশ্ন ৩ : বুৰঞ্জী সাহিত্যৰ ভাষিক বৈশিষ্ট্যসমূহ ফঁহিয়াই আলোচনা কৰক ।

উত্তৰঃ

ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : চৰিতপুথিৰ ভাষা আৰু বুৰঞ্জীৰ ভাষাৰ মাজত এটি তুলনামূলক বিচাৰ আগবঢ়াওক ৷

উত্তৰঃ

প্রশ্ন ২ : অসমীয়া সাহিত্যলৈ মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ অৱদান সম্পর্কে এটি আলোচনা যুগুত কৰক ।

উত্তৰঃ

প্রশ্ন ৩ : মধ্যযুগীয় অসমীয়া ভাষাৰ ভাষাগত বৈশিষ্ট্য নির্ণয় কৰি এটি চমু আলোচনা আগবঢ়াওক ।

উত্তৰঃ

Type By- Janmoni Hazarika