BA 2nd Semester Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ KKHSOU | Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ Chapter 11 মনোমতী Question & Answer |

ৰজনীকান্ত বৰদলৈ ঃ মনোমতী

অধ্য়ায়- ১১

ক) বস্তুধর্মী প্রশ্ন (৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক-

ক) ঐতিহাসিক উপন্যাস মানে কি?

উত্তৰঃ

খ) ৰজনীকান্ত বৰদলৈৰ ঐতিহাসিক উপন্যাসকেইখনৰ নাম লিখক ।

উত্তৰঃ

গ) পদুমী কোন আছিল ?

উত্তৰঃ

প্রশ্ন ২ :শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক—-

ক) মনোমতী আৰু দন্দুৱা দ্ৰোহ বহু পৰিমাণে কিম্বদন্তী আৰু জনশ্ৰুতিৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ

খ) মনোমতী উপন্যাসৰ পটভূমি বৰপুৰ অঞ্চল।

উত্তৰঃ

গ) মনোমতী উপন্যাসখনত চণ্ডী বৰুৱা এটা নিষ্ক্রিয় চৰিত্ৰ।

উত্তৰঃ

খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : চমুটোকা লিখক—

(ক) চণ্ডী বৰুৱা 

(খ) শান্তিৰাম

(গ) হলকান্ত বৰুৱা

(ঘ) লক্ষ্মীকান্ত

(ঙ) মিঙ্গিমাহা

(চ) পমীলা

(ছ) পদুমী

(জ) মনোমতী

গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ঐতিহাসিক উপন্যাস হিচাপে মনোমতীক বিচাৰ কৰক ।

উত্তৰঃ

প্রশ্ন ২ : মনোমতী উপন্যাসৰ চৰিত্ৰ চিত্ৰণ সম্পর্কে এটি আলোচনা দাঙি ধৰক ।

উত্তৰঃ

প্রশ্ন ৩ : মনোমতী উপন্যাসত কেনেদৰে অসমৰ সমাজ জীৱনৰ চিত্ৰ প্ৰতিফলিত হৈছে তাৰ এটি আলোচনা আগবঢ়াওক ।

উত্তৰঃ

Type By- Janmoni Hazarika