বছৰেকীয়া মাহেকীয়া আৰু পষেকীয়া বৰষুণৰ পৰিমাণ আটাইতকৈ ক’ত বেছি হয় ?

উত্তৰঃ বছৰেকীয়া মাহেকীয়া আৰু পষেকীয়া বৰষুণৰ পৰিমাণ আটাইতকৈ মৌচিনৰাম বেছি হয়।