ধৰ্মীয় লোকগীতৰ ভিতৰত কি কি গীত অন্তৰ্গত ?

উত্তৰঃ গোঁসাই নাম, আইনাম, দুৰ্গানাম, বিলাপ গীত, দেহ বিচাৰৰ গীত আদি ।