বেলাড বা কাহিনী গীতবোৰক মূলতঃকি কি ভাগত ভগোৱা হৈছে ?

উত্তৰঃ বেলাড বা কাহিনী গীতবোৰক পৌৰাণিক বেলাড, বুৰঞ্জীমূলক মালিতা, কাল্পনিক কাহিনী গীত আদি ভাগত ভাগ কৰা হৈছে ।