BA 3rd Semester Assamese অসমীয়া কবিতা KKHSOU | Assamese অসমীয়া কবিতা Chapter 4 ৰামবিহীন অযোধ্য়াৰ বৰ্ণনা Question & Answer |

 মাধৱ কন্দলি—ৰামবিহীন অযোধ্য়াৰ বৰ্ণনা

অধ্য়ায়-৪

৪.৯ আৰ্হি প্ৰশ্ন

বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ মাধৱ কন্দলি কোন সময়ৰ কবি ?

উত্তৰঃ 

প্ৰশ্ন ২ঃ ভৰত কাৰ সৈতে অযোধ্য়ালৈ উভতি আহি আছিল বুলি কবিতাংশত উল্লেখ আছে ?

উত্তৰঃ 

চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ পুৰণি অসমীয়া কবিতাৰ প্ৰধান বৈশিষ্ট্য়ৰাজি কি কি—-চমুকৈ আলোচনা কৰক।

উত্তৰঃ 

প্ৰশ্ন ২ঃ মাধৱ কন্দলিৰ ৰামায়ণত  কেইটা খণ্ড পোৱা যায় ? এই ক্ষেত্ৰত কবিয়ে কোৱা ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’—বাক্য়শাৰীৰ প্ৰাসংগিকতা কিমান সেয়া আলোচনা কৰক।

উত্তৰঃ 

ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ মাধৱ কন্দলিৰ অনুবাদ-ৰীতি সম্পৰ্কে এটি নাতিদীৰ্ঘ প্ৰবন্ধ যুগুত কৰক।

উত্তৰঃ 

প্ৰশ্ন ২ঃ মাধৱ কন্দলিৰ কাব্য়-প্ৰতিভা বিশ্লেষণ কৰি দেখুৱাওক।

উত্তৰঃ

প্ৰশ্ন ৩ঃ ‘ৰামবিহীন অযোধ্য়াৰ বৰ্ণনা’ কাব্য়াংশত কবিয়ে অযোধ্য়াৰ ছবি কিদৰে দাঙি ধৰিছে, উদাহৰণসহ আলোচনা কৰক।

উত্তৰঃ

Question Type By-Janmoni Hazarika