BA 3rd Semester Assamese অসমীয়া কবিতা KKHSOU | Assamese Chapter 10 পৰম তৃষ্ণা Question & Answer |

নলিনীবালা দেৱী – পৰম তৃষ্ণা

অধ্য়ায়-১০

বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—

(ক) স্বদেশানুৰাগেৰে ৰঞ্জিত কবিতা নলিনীবালা দেৱীয়ে লিখিছিলনে?

উত্তৰঃ

(খ) অসমীয়া সাহিত্যত নলিনীবালা দেৱী কি কবি ৰূপে পৰিচিত ?

উত্তৰঃ

চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : নলিনীবালা দেৱীৰ সাহিত্যকৃতিৰ চমু পৰিচয় দাঙি ধৰক।

উত্তৰঃ

প্রশ্ন ২ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক

            ক) দূৰণিৰ পখীজাক মিলি যায় দিগন্তত 

                                 মাতি যায় আকুল সুৰত 

                                 প্ৰতিধ্বনি বাজে সুদূৰত 

                  জীৱন লগৰী মোৰ পিঁজৰাৰ পখীটিও

                                 মিলি যাব খোজে অনন্তত,

                                 অসীমৰ অচিন বাটত।

উত্তৰঃ

          খ) কোনো বাৰু দিলে তেনে মানুহৰ আতমাত, 

                                 বিশ্বগ্রাসী হেঁপাহৰ ক্ষুধা,

              যদি তেওঁ থোৱা নাই আত্মাৰ চিৰশান্তি 

                                পৰশমণিৰ প্ৰেম-সুধা ?

উত্তৰঃ

        গ) মানুহৰ দুচকুৰ অসীম সৌন্দৰ্য-তৃষ্ণা

                                সুখ-আশা, হেঁপাহ বুকুৰ

            নহয় ই মৰতৰ ক্ষন্তেকীয়া জীৱনৰ

                                সুখ-আশা পৰম পদৰ,

                                ৰূপ-তৃষ্ণা চিৰ সুন্দৰৰ ৷

উত্তৰঃ

ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ৰহস্যবাদ বা অতীন্দ্রিয়বাদ মানে কি? আলোচনা কৰক ৷

উত্তৰঃ

প্রশ্ন ২ : ‘পৰম তৃষ্ণা’ এটি অতীন্দ্ৰিয়বাদী কবিতা – কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰক ৷

উত্তৰঃ

প্রশ্ন ৩ : ৰহস্যবাদ কাক বোলে? নলিনীবালা দেৱীৰ ‘পৰম তৃষ্ণা’ কবিতাত ৰহস্যবাদৰ লক্ষণ কেনেদৰে পৰিস্ফুট হৈছে আলোচনা কৰক ।

উত্তৰঃ

প্রশ্ন ৪ : “ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ প্ৰকৃষ্ট প্রকাশ ঘটিছে নলিনীবালা দেৱীৰ কবিতা সমুশ্চয়ত।” – এই কষাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰি ‘পৰম তৃষ্ণা’ কবিতাটোৰ পৰ্যালোচনা কৰক ৷

উত্তৰঃ

Type By- Janmoni Hazarika