BA 3rd Semester Assamese অসমীয়া কবিতা KKHSOU | Assamese অসমীয়া কবিতা Chapter 14 জেংৰাই ১৯৬৩ Question & Answer |

অজিৎ বৰুৱা- জেংৰাই ১৯৬৩

অধ্য়ায়-১৪

বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক –

(ক) কেতিয়া আৰু ক’ত অজিৎ বৰুৱাৰ জন্ম হৈছিল ?

উত্তৰঃ

(খ) অজিৎ বৰুৱাৰ কাব্য প্ৰতিভাৰ স্ফূৰণ ক’ত পোন প্ৰথমে হৈছিল?

উত্তৰঃ

(গ) অজিৎ বৰুৱাই সম্পাদনা কৰা বংশাৱলীখনৰ নাম কি?

উত্তৰঃ

(ঘ) অজিৎ বৰুৱাৰ জীৱনৰ প্ৰথমটো চৰকাৰী চাকৰি কি আছিল ?

উত্তৰঃ

(ঙ) অজিৎ বৰুৱাই লাভ কৰা পুৰস্কাৰ কেইটা কি কি?

উত্তৰঃ

চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ ঃ অজিৎ বৰুৱাৰ কৰ্মজীৱনৰ চমু খতিয়ান দিয়ক।

উত্তৰঃ

প্রশ্ন ২ : অজিৎ বৰুৱাৰ বৈচিত্ৰপূৰ্ণ কৰ্মজীৱনে তেওঁৰ সৃষ্টিশীল ৰচনাক প্ৰভাৱিত কৰিছিল নে ? চমুকৈ লিখক ।

উত্তৰঃ

প্রশ্ন ৩ : ‘জেংৰাই ১৯৬৩’ কবিতাটোত পাশ্চাত্য প্রভাৱ অনুভূত হয়নে ? চমুকৈ লিখক।

উত্তৰঃ

প্রশ্ন ৪ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক

            (ক) আমি অন্ধবিশ্বাসী— 

                   কেৱল, 

                  আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ অন্ধ হ’লহেঁতেন ! 

                  ৰাতি হ’লত সোৱণশিৰিৰ চৰত আমি নাও চপালো। 

                  (চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব?)

উত্তৰঃ

                (খ) উকাৰ জুই, সময়ৰ দুৱাৰত পহৰাদাৰ, 

                       নহ’লে, আঁৰ-কাপোৰ গুচাত— 

                      সেয়ে বোধ কৰোঁ মোৰ মুখাগ্নিৰ জুই 

                    “…. ভাতৃ…অনল….এহিসে ক্ষণত…হৈবা কৰুণাময় ” … 

উত্তৰঃ 

ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ ঃ অসমীয়া কবিতাৰ ইতিহাসত অজিৎ বৰুৱাৰ স্থান নিৰ্ণয় কৰক ।

উত্তৰঃ

প্রশ্ন ২ : ‘জেংৰাই ১৯৬৩’ কবিতাটোৰ মাজেদি কবিয়ে অতীত আৰু বৰ্তমানক সমন্বিত ৰূপ প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছে – কথাষাৰৰ আধাৰত কবিতাটোৰ বিশ্লেষণ আগবঢ়াওক।

উত্তৰঃ

প্রশ্ন ৩ : ‘জেংৰাই ১৯৬৩’কবিতাটোৰ মাজেদি কবি অজিৎ বৰুৱাৰ জীৱন দৰ্শন কেনেদৰে ফুটি উঠিছে? উদাহৰণসহ বিচাৰ কৰক ।

উত্তৰঃ

Type By- Janmoni hazarika