দেউৰী জনগোষ্ঠীৰ লোকসকলে বৰষুণৰ আহবানেৰে কোন দেৱ-দেৱীক পূজা কৰে ?

উত্তৰঃ দেউৰী জনগোষ্ঠীৰ লোকসকলে বৰষুণ হ’বলৈ কুণ্ডিগিৰা আৰু কুণ্ডিগিৰাচি দেৱ-দেৱতাক পূজা কৰে ।