মানুহে কিয় শীতলা দেৱীক পূজা কৰে?

উত্তৰঃ এটা সময়ত বসন্ত ৰোগে মানুহক যথেষ্ট দুৰ্ভোগ ভোগাইছিল। বসন্তৰ জ্বালা-পোৰাৰ পৰা ৰক্ষা পোৱাৰ বাবেই মানুহে শীতলা দেৱীক পূজা কৰিছিল ।