সাধাৰণতে মানুহৰ তেজৰ গ্ৰুপ হলে চাৰিটা।কোন গ্ৰুপৰ মানুহে সকলো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে?

উঃ মানুহৰ তেলৰ গ্ৰুপ হল- এ, বি, এবি আৰু ও এবি গ্ৰুপৰ তেজৰ মানুহে সকলো তেজ গ্ৰহণ কৰিব পাৰে।