ডিমাছা শব্দৰ অৰ্থ কি ?

উত্তৰঃ ডিমাছা শব্দৰ অৰ্থ হৈছে ডি মানে পানী, মা মানে বৃহৎ আৰু ছা মানে সন্তান। অৰ্থাৎ ডাঙৰ নৈ বা পানীৰ সন্তান।