‘বিহু’ শব্দৰ তাৎপৰ্য কি ?

উত্তৰঃ ‘বিহু’ শব্দই অসমীয়া জাতিৰ পৰিচয় তথা অসমীয়া সমাজৰ কলা-কৃষ্টিৰ ধবজা বহন কৰি আছে ।