ব’হাগৰ সাত বিহু কি কি ?

উত্তৰঃ ব’হাগৰ সাতবিহু হ’ল ক্ৰমে- গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু চেৰা বিহু।