গৰু বিহুৰ দিনা গৰুক গাত মৰা ‘চাট’ কিহেৰে প্ৰস্তুত কৰে ?

উত্তৰঃ ‘চাট’ সাধাৰণতে কেঁচা বাঁহৰ কামি কাটি যথাক্ৰমে এক দুই তিনি চাৰি ফেৰেউনীয়াকৈ তৈয়াৰ কৰা হয় ।