এচিড বৰষুণ কি?

উঃ অতিমাত্ৰ ঔদ্যাোগিক অঞ্চলবোৰৰ বয়ুমণ্ডলৰ ছালফাৰ বা নাইট্ৰাছ দৰে গেছৰ নিৰ্গমন হয়।এই গেছবোৰ বৰষুণৰ পানীৰ লগত মিহলি হৈ ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিজৰ সৃষ্টি কৰে।এয়ে এচিড বৰষুণ।