ব’হাগৰ বিহুত এশ এবিধ শাকৰ আগ খোৱাৰ নিয়ম আছে এই ‘শাক’ৰ অৰ্থ কি ?

উত্তৰঃ ‘শাক’ হ’ল তৃণ জাতীয় উদ্ভিদ যাক আঞ্জা ৰান্ধি তথা ভাজি খোৱা হয় ।