ভাৰতে কেতিয়া পোন প্ৰথমবাৰৰ বাবে ৰঙৰ ব্যবহাৰ কৰিছিল?

উঃ ৩৩০০ খ্ৰীষ্টাপূৰ্বৰ পৰা ২৭০০ খ্ৰীষ্টাপূৰ্ব পৰ্যন্ত মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্যতাৰ পৰাই ভাৰতত ৰঙৰ প্ৰচলনৰ বিষয়ে জনা যায়।