জেতুকা আৰু বৰ্হমথুৰি কিহৰ প্ৰতীক ?

উত্তৰঃ ‘জেতুকা’ হ’ল- যৌৱনৰ আৰু বৰ্হমথুৰি হ’ল- প্ৰেমৰ প্ৰতীক ।