নাচনী এজনীয়ে কাণত কি অলংকাৰ পৰিধান কৰে ?

উত্তৰঃ কাণফুল, কৰ্ণবালা, কুন্তল, জাংফাই, কেৰু, থুৰীয়া আদি পৰিধান কৰে ।