অসমীয়া নাচনীয়ে হাতৰ ঠাৰিত কি পিন্ধে ?

উত্তৰঃ গামখাৰু, গোটাখাৰু, মুঠিখাৰু, কংকণ আদি পিন্ধে ।