বিহু সন্মিলনৰ বিচাৰকৰ কি যোগ্য়তা থকা প্ৰয়োজন ?

উত্তৰঃ বিহু সন্মিলনৰ বিচাৰক হ’বলৈ বিহু সংস্কৃতিৰ ওপৰত বিশদভাৱে অধ্য়য়ন কৰা অভিজ্ঞতাসম্পন্ন সু-স্কৃতিৱান তথা নিৰপেক্ষ মানসিকতাসম্পন্ন ব্যক্তি হ’ব লাগিব।