বিহু নামত অসমৰ কোন কোন উপনৈৰ নাম উল্লেখ আছে ?

উত্তৰঃ দিহিং, ডিবৰু, দিখৌ, জাঁজী, নামজং, ভোগদৈ, সোৱণশিৰি, কলং, ধনশিৰি আদি।