Class 9 Social Science Part 3 Chapter 2 | MCQs Short Question Answer | মূল অৰ্থনৈতিক সমস্যাসমূহ |

Chapter 2

মূল অৰ্থনৈতিক সমস্যাসমূহ

১। পৃথিৱীৰ প্ৰথম জনবহুল দেশখনৰ নাম কি?

(ক) ভাৰত

(খ) চীন

(গ) ইংলেণ্ড

উত্তৰঃ (খ) চীন

২। ২০১১ চনৰ মতে ভাৰতৰ জনসংখ্য়া কিমান?

(ক) ১০০ কোটি

(খ) ১২০ কোটি

(গ) ১২১ কোটি

উত্তৰঃ (গ) ১২১ কোটি

৩। দৰিদ্ৰতাৰ কাৰণসমূহ ঘাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

৪। “Poverty and Un British Rule in India” এই গ্ৰন্থখন কাৰ?

(ক) দাদভাই নৌৰজীৰ

(খ) অৰ্মত্য় সেনৰ

(গ) লায়’নেল ৰবিন্সৰ

উত্তৰঃ (ক) দাদভাই নৌৰজীৰ

৫। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্য়াৰ ঘনত্ব থকা ৰাজ্য়খনৰ হ’ল-

(ক) বিহাৰ

(খ) পশ্চিমবংগ

(গ) কেৰেলা

উত্তৰঃ (খ) পশ্চিমবংগ

৬। নিবনুৱা শব্দটোৱে সাধাৰণতে কি বুজায়?

(ক) অশিক্ষিত

(খ) কৰ্মহীনতা

(গ) পৰনিৰ্ভৰশীল কৰা লোক

উত্তৰঃ (খ) কৰ্মহীনতা

৭। অসমৰ জনসংখ্য়াৰ ঘনত্ব হৈছে-

(ক) ৩৯৭ জন

(খ) ৩৯৮ জন

(গ) ৩৯৯ জন

উত্তৰঃ (ক) ৩৯৭ জন

৮। নিবনুৱা সাধাৰণতে কেইপ্ৰকাৰৰ?

(ক) দুই প্ৰকাৰ

(খ) তিনি প্ৰকাৰ

(গ) চাৰিপ্ৰকাৰ

উত্তৰঃ (ক) দুই প্ৰকাৰ

৯। মুদ্ৰাস্ফীতিৰ মূল কাৰণ কেইটা?

(ক) তিনিটা

(খ) দুটা

(গ) এটা

উত্তৰঃ (খ) দুটা

১০। তলৰ কোনটো নীতিক আয় আৰু ব্য়য় নীতি বুলিও কোৱা হয়?

(ক) মৌদ্ৰিক নীতি

(খ) ৰাজকোষীয় নীতি

(গ) উৎপাদন বৃদ্ধি নীতি

উত্তৰঃ (খ) ৰাজকোষীয় নীতি

১১। দৰিদ্ৰতা মূলতঃ কেইপ্ৰকাৰৰ হ’ব পাৰে?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (ক) দুই প্ৰকাৰৰ

১২। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰাকাৰে সাধাৰণতে কেইটা নীতি গ্ৰহণ কৰে?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

১৩। ভাৰতৰ সৰ্ব নিম্ন ঘনত্ব থকা ৰাজ্য় খনৰ নাম কি?

(ক) অসম

(খ) অৰুণাচল

(গ) মণিপুৰ

উত্তৰঃ (খ) অৰুণাচল

১৪। ভাৰতবৰ্ষত সকলো ৰাজ্য়ৰ ভিতৰত অধিক জনবহুল ৰাজ্য়খনৰ নাম কি?

(ক) অন্ধ্ৰপ্ৰদেশ

(খ) উত্তৰ প্ৰদেশ

(গ) মণিপুৰ

উত্তৰঃ (খ) উত্তৰ প্ৰদেশ

১৫) দৰিদ্ৰতাৰ কাৰণ কেইটা?

(ক) ৩ টা

(খ) ৪টা

(গ) ৫টা

উত্তৰঃ (ক) ৩ টা

১৬) ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা কিমান?

(ক) ১১২ কোটি

(খ) ১২১ কোটি

(গ) ১৩২ কোটি

উত্তৰঃ (খ) ১২১ কোটি

১৭) মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উপায় কেইটা?

(ক) ৩ টা উপায়

(খ) ৪ টা উপায়

(গ) ৫ টা উপায়

উত্তৰঃ (ক) ৩ টা উপায়

১৮) ২০১১ চনৰ লোকপিয়ল মতে অসমত জনসংখ্যা কিমান?

(ক) ৩ কোটি ১২ লাখ

(খ) ৪ কোটি ১১ লাখ

(গ) ৫ কোটি ১৩ লাখ

উত্তৰঃ (ক) ৩ কোটি ১২ লাখ

১৯) নিৱনুৱা কেইপ্ৰকাৰৰ?

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ

(গ) ৫ প্ৰকাৰৰ

উত্তৰঃ (ক) ২ প্ৰকাৰৰ

২০) গ্ৰাম্য নিৱনুৱা কেইপ্ৰকাৰৰ?

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ

(গ) ৫ প্ৰকাৰৰ

উত্তৰঃ (ক) ২ প্ৰকাৰৰ