বিহু মাৰিবলৈ নাচনীয়ে পিন্ধা পৰম্পৰাগত সাজ কোনবোৰ আছিল ?

উত্তৰঃ ৰঙা ৰঙা বা মুগা ব্লাউজৰ সৈতে মুগাৰ মেখেলা আৰু দহি দিয়া ৰিহা ।