বিহুৱতীৰ কঁকালৰ খোঁচনিত থকা হাঁচতিখনত কি থকা প্ৰয়োজন ?

উত্তৰঃ তামোল আৰু ডবুৱা কটাৰি ।