হুঁচৰিত বজোৱা ঢোলৰ নাচনী, ধেমেলীয়া আৰু খৰা ছেও বিহুৱতীয়ে নচাৰ বাবে উপযোগী নে ?

উত্তৰঃ নহয় । ই বিহুৱাৰহে ছেও।