গৰু বিহুৰ দিনা গোহালীত কিয় জাগ দিয়া হয় ?

উত্তৰঃ অসমীয়া সমাজত জনবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা গৰুৰ গাত মহ, ডাঁহ, চেৰেপা, মাখি আদিয়ে যাতে বছৰটোৰ বাবে আমনি কৰিব নোৱাৰে তাৰ বাবে জাগ দিয়া হয় ।