বসন্ত ঋতুত অসমৰ প্ৰকৃতিয়ে কেনে ৰূপ ধাৰণ কৰে ?

উত্তৰঃ বসন্ত ঋতুত প্ৰকৃতিয়ে ন-কুঁহি পাতেৰে সেউজীয়া হৈ এক অনন্য়া প্ৰাকৃতিক ৰূপ ধাৰণা কৰে। কপৌ, কেতেকী আদি বসন্ত ঋতুত ফুলা ফুলে বহাগ বিহুৰ আগলী বতৰা কঢ়িয়াই আনে ।