ৰাতিবিহু কাক কোৱা হয় ?

উত্তৰঃ ৰাতি বা গধূলি গছৰ তলত বা মুকলি পথাৰত মৰা বিহুকে ৰাতিবিহু বুলি কোৱা হয় । চ’ত আৰু বহাগ মাহৰ সন্ধিয়া অথবা ৰাতি ভাতপানী খোৱাৰ পিচত ডেকা-গাভৰুৱে এই বিহু মাৰে। কুৰি শতিকাৰ সপ্তম অষ্টম দশকলৈ শিৱসাগৰৰ জিলাৰৰ মেলামৰা, বকতা, লক্ষিমপুৰ জিলাৰ ঢকুৱাখানা আদি ঠাইত আছিল ।