জেংবিহু শব্দটো ক’ৰ পৰা আহিছে ?

উত্তৰঃ টাই আহোম শব্দ পঈনাংজেংৰ পৰা জেং বিহু শব্দটো আহিছে। পঈনাংজেংৰ অৰ্থ হ’ল নিভাজ বিহু বা নিভাজ গাভৰুৰ বিহু। পঈৰ অৰ্থ হ’ল বিহু আৰু নাং অৰ্থ হ’ল গাভৰু আৰু জেংৰ অৰ্থ নিভাজ ।