জেংবিহুত মহিলাসকলে কি কি বাদ্য়যন্ত্ৰ ব্য়ৱহাৰ কৰে ?

উত্তৰঃ জেংবিহুত কেৱল বাহৰ টকা আৰু গগণা-সুতুলিহে ব্য়ৱহাৰ কৰা হয় ।