গাভৰু বিহু কাক কোৱা হয় ?

উত্তৰঃ গাভৰু বিহু আৰু জেং বিহুৰ মাজত বিশেষ পাৰ্থক্য় নাই। মাত্ৰ গাভৰু বিহুত অবিবাহিতা যুৱতীসকলেহে বিহু নাচে। গৰু বিহুৰ প্ৰথমদিনা বিহুখোলাৰ এফালে তামোল-পাণ দি এই বিহু নচা হয় ।