চেৰা বিহু কাক কোৱা হয় ?

উত্তৰঃ মুকলি পথাৰ অথবা গছৰ তলৰ সলনি কোনো নিৰ্জন স্থানত অৱস্থিত ঘৰত গাভৰুসকলে মৰা বিহুক ঘৰ বিহু বুলি কোৱা হয় । এই বিহুত বহু গুপুত কথাৰ বিহুনামো গোৱা হয়।