নিশা বিহু কাক বোলে ?

উত্তৰঃ চ’ত মাহৰ নিশা ডেকা-গাভৰুসকলে গাঁৱৰ ঘৰে ঘৰে গোৱা বিহুক নিশা বিহু বুলি কোৱা হয়। কুৰি শতিকাৰ মাজ ভাগলৈ এই বিহুৰ প্ৰচলন আছিল।