মেজাংকৰি কি ?

উত্তৰঃ মেজাংকৰি হৈছে এবিধ সৰু উদ্ভিদ। এই উদ্ভিদবিধ বিহুৰ দিনত ওঠ আৰু জিভাত ঘহি বিহুৱতীসকলে সৌন্দৰ্যবৰ্দ্ধন কৰিছিল।