তন্ত্ৰ শব্দটো কৰ পৰা উদ্ভৱ হৈছে ?

উত্তৰঃ সংস্কৃতৰ তন্ ধাতুৰ পৰা তন্ত্ৰ শব্দটো উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ’ল বিস্তাৰ কৰা বা বহলোৱা।