ভাওনাত ধেমালি মানে কি বুজোৱা হয় ?

উত্তৰঃ ভাওনাৰ মূল কাহিনী উপস্থাপনৰ আগে আগে সকলো বিঘিনী দূৰ কৰিবলৈ গায়ন-বায়নে যি অনুষ্ঠান কৰে সেয়াই ধেমালি। এনে ধেমালি সমূহৰ ভিতৰত বৰ ধেমালি, সৰু ধেমালি, চোৰ ধেমালী, নাম ধেমালী আদি অন্তৰ্ভুক্ত ।