আৰিয়া কি ?

উত্তৰঃ ভাওনা স্থলি বা ৰভাঘৰ পোহৰাই ৰাখিবলৈ এডাল দীঘল বাহৰ আগত ফটকানি বা সুতা মেৰিয়াই তেলত জুবুৰিয়াই জুই লগাই দিয়া হয় । ইয়াকে আৰিয়া বুলি কোৱা হয় ।