বড়োসকলৰ প্ৰধান বাদ্য়যন্ত্ৰ কি কি ?

উত্তৰঃ খাম, যথা, চিফুং, খাওবাং, গগণা, থৰ্খা, চেনজা আদি ।