এলোপেথি আৰু হোমিও পেথিৰ মাজত পাৰ্থক্য কি?

উঃ জীৱদেহত যিবিলাক বেমাৰৰ লক্ষণ দেখা যায় তাৰ বিপৰীত মুক্ত লক্ষণৰ বেমাৰৰ সেই ঔষধ প্ৰয়োগ ক্ৰিয়াকে এলোপেথি বুলি কোৱা হয়। আনহাতে হোমিওপেথিৰ প্ৰধান নীতি হল বিষৰে বিষ উপষম।