এনকেফেলাইটিচ বেমাৰ কেনেধৰণে হয়? ইয়াৰ লক্ষণ কি?

উঃ এন্‌কেফেলাইটিচ (Encephalites) নামৰএবিধম’হে এই ৰোগ বিয়পা এইৰোগত প্ৰধানতঃমগজু আক্ৰান্ত হয়।প্রচন্ড মুৰৰ বিষ, জ্বৰ আদি এই ৰোগৰ লক্ষণ। ৰোগৰ লক্ষণ।ৰোগীয়া ভ্ৰম বুকে, মূৰৰ বিষত চিঞৰে।