কাৰ্বিসকলে মৃতদেহৰ সৎকাৰ কিদৰে কৰে ?

উত্তৰঃ কাৰ্বিসকলে কোনো লোকৰ মৃত্য় হ’লে তেওঁৰ মৃতদেহ সকলো সদস্য় আহি নোপোৱাকৈ ৰাখি থয় আৰু পিছত সৎকাৰ কৰে। মৃতদেহৰ ৰৈ যোৱা হাড়বোৰ পিছত পুতি থয়। মৃতদেহ সৎকাৰৰ পিছত ছমাংকান পালন কৰে ।