কোনবিধ জীৱ আটাইতকৈ বেছি দিন জীৱিত থাকে?

উ : তিমি মাছ । ইহঁতে তিনিশ বছৰতকৈও বেছি দিন বাছি থাকে৷ ইয়াৰ পিছতে

কাছ হৈছে দীৰ্ঘ কাল জীৱিত থকা প্ৰাণী৷ ইহঁত প্ৰায় দুশ বছৰ জীৱিত থাকে।