সাগৰৰ ৰিমোৰা নামৰ মাছবিধে কেনেদৰে আহাৰ সংগ্ৰহ কৰে?

উঃ সাগৰৰ ৰিমোৰা মাছে মূৰত থকা চোষকৰ সহায়ত হাঙ্গৰ মাছৰ লাগি থাকে আৰু হাঙ্গৰ মাছে গৈ থাকোতে খাদ্য সংগ্রহ কৰে।