ৰাভাসকলৰ মাজত প্ৰচলিত লোকগীতসমূহ কি কি ?

উত্তৰঃ ৰাভা জনগোষ্ঠীৰ মাজত প্ৰচলিত লোকগীতসমূহ এনেধৰণৰ- বন্দন চন্দন, দদান গীত, নলুৱা চলুৱা আদি ।