ত্ৰিপুৰাৰ প্ৰধান জনগোষ্ঠী কেইটা কি কি ?

উত্তৰঃ ত্ৰিপুৰাৰ প্ৰধান জনগোষ্ঠীকেইটা হ’ল ক্ৰমে ত্ৰিপুৰী, নাওটিয়া, জামাটিয়া, ৰিয়েং, ছাকমা, হোলাং, গাৰো, কুকি, লুচাই, মোগা, মুণ্ডা, অৰেঅন, ছান্থান, উছাই আদি ।