লেবুং বুমাণি নৃত্য়ৰ প্ৰধান বাদ্য় কি ?

উত্তৰঃ লেবুং বুমাণি নৃত্য়ৰ প্ৰধান বাদ্য় হৈছে বাঁহৰ টকা। এই টকা পুৰুষসকলে নৃত্য় কৰি কৰি পথাৰৰ মাজত বজায় ।